Popular Articles

দেশীয় ক্ৰীড়া মানচিত্ৰত অসম আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এটা সপোন পুহি ৰাখিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সভাই সমিতিয়ে প্ৰায়েই উল্লেখ কৰে সেই সপোনৰ কথা। বহুতেই হয়তো জানে...

নিৰ্বাচন চৰকাৰ আৰু দিচপুৰ দৰবাৰৰ বুফে

'দিচপুৰ দৰবাৰ'ত আজি ভোজৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খাদ্য প্ৰস্তুতকৰণত সিদ্ধহস্ত সকলো আহি পৰিছে। সকলোৰে মুখত উদ্বিগ্নতা, চিন্তা।বু-বা...

সংবাদ মাধ্যমৰ স্বৰূপ পৰিৱৰ্তন আৰু দায়বদ্ধতা

গণ যোগাযোগৰ মাধ্যম হিচাপে সংবাদ মাধ্যমে অতীতৰ পৰা বৰ্তমানলৈকে এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। অসমীয়া মানুহৰ উদ্যোগত প্ৰকাশিত অসমীয়া বাতৰি...

ক্লষ্ট্ৰফোবিয়া

আকাশত এটা বিৰাট পেন্দুলামঅবিৰাম ,নিৰন্তৰ সময় গণনা । জলঙাৰে ফোঁট জোন দেখাজীৰ্ণ চাৰি দেৱালৰ ভিতৰতএজন মানুহ।

কাৰ্ণট ইঞ্জিনৰ কথাৰে

এই সংখ্যা বিশেষ

ৰাজনৈতিক নিৱন্ধ

নিৰ্বাচনৰ আগত কিছু মুকলি কথা

নিৰ্বাচন চমু চাপি আহিছে। ৰাজ্যলৈ সঘনাই আহিবলৈ লৈছে প্ৰত্যেকটো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বৰমূৰীয়াসকল। দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ...

ইতিহাসৰ পাতত এইটো মাহ

দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত নিৰ্মিত ১০খন চাবলগীয়া চলচিত্ৰ

0
ছেপ্টেম্বৰ ১, ১৯৩৯। হিটলাৰৰ অধীনষ্ঠ জাৰ্মান সেনাবাহিনীয়ে কোনোা আগজাননী নোহোৱাকৈ পোলেণ্ডৰ সীমা অতিক্ৰম কৰে, আৰু ডানজিগ (বৰ্তমানৰ গডানস্ক) চহৰ আক্ৰমণ কৰে।...

শুনা প্রিয় জনগণ

প্ৰাসংগিক

আকাশ চুবৰ হেঁপাহেৰে

সময় সলনি হয়। জীৱন সলনি হয়। দুবছৰ আগতে এটি সপোন দেখিছিলো। সপোনটিয়ে যেতিয়া চকুত ধৰা দিছিল তেতিয়া মোৰ লগতে মা-দেউতা আৰু...

বাৰ্তালাপ

খেল আৰু খেলুৱৈ

যাযাবৰী মন

গল্প-কল্প

কচাইখানাৰ পোৱালি

"জৰিগুৰি" নামটো কোনে দিছিল কোনোৱেই নাজানে, কিয় বা দিছিল সেইটোও বহুতেই নাজানে। সতৰি যুগতে সেইখিনিতে হেনো এজোপা জৰি গছ আছিল, হয়তো...

অণুগল্প

অণুগল্প

দৰদাম লাগেজৰ সৈতে ঘৈণীয়েকক ৰ'বলৈ কৈ তুষাৰে টেক্সি ড্ৰাইভাৰজনৰ ওচৰলৈ গৈ সুধিলে- 'কোৱা, কিমান দিম?'তেওঁ লাহেকৈ সুধিলে,...

পদ্য চ'ৰা

ক্লষ্ট্ৰফোবিয়া

আকাশত এটা বিৰাট পেন্দুলামঅবিৰাম ,নিৰন্তৰ সময় গণনা । জলঙাৰে ফোঁট জোন দেখাজীৰ্ণ চাৰি দেৱালৰ ভিতৰতএজন মানুহ।

উপন্যাস

খিৰিকীৰে দেখা আকাশখন

ধীৰে ধীৰে শীত নামিছে। আনবাৰৰ দৰেই এইবাৰো। বন্যাই আলমাৰীৰ এচুকত ভৰাই থোৱা গৰম কাপোৰ বোৰ উলিয়াই আছে। যোৱা বছৰ এই পৃথিৱী...

প্ৰাঙ্গণৰ লেব'ৰেটৰী

বিকিৰণ বিহীন পৃথিৱীৰ কল্পনা

কিছুদিনৰ আগতে ফুৰিবলৈ বুলি মামাৰ ঘৰলৈ গৈছিলো।তামোল কাটি কাটি মোৰ লগত কথা পাতি থকা আইতাই কথাৰ মাজতে যথেষ্ট ক্ষোভত কলে “ঘৰৰ...

গানে কি আনে

গানে কি আনে (৫)

১। "ৰ'দ আজি কেনি পাওঁ" https://youtu.be/6PY9qJEaoBA জুবিন গাৰ্গে আগতে প্ৰায়েই অনুষ্ঠান পৰিৱেশন...

দেশ-বিদেশ

নৱবৰ্ষৰ ৰীতি-নীতি

নৱবৰ্ষ বুলিলেই সাধাৰণতে মনত কিছু নতুন আশাই থিতাপি লয়। বিদায় লোৱা বছৰটোৰ দুখ-কষ্ট-হতাশাবোৰৰ "ভেলিদিটি" যেন ৩১ ডিচেম্বৰৰ মাজৰাতি ১২ বজাতেই শেষ...

যদি মই প্ৰশ্ন কৰোঁ

যদি মই প্ৰশ্ন কৰোঁ(৬)

ভালপোৱাৰ এমুঠি ভাল লগা প্ৰশ্ন ‘যদি মই প্ৰশ্ন কৰোঁ’ৰ উত্তৰসমূহ আমাক [email protected]com ত মেইল যোগে পঠাবলৈ অনুৰোধ জনোৱা হ’ল।...

ডাক্তৰৰ দস্তাবেজ

কৰ’না নিগেটিভ – ইমানতে শেষ নহয়

কৰ'না ভাইৰাছে মানুহৰ জীৱন, সভ্যতা আৰু বিশ্বৰ প্ৰগতিৰ সন্মুখত এক ভয়ংকৰ প্ৰত্যাহ্বান হিচাপে থিয় দি বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে। মানুহে যুদ্ধ,...

হোষ্টেলৰ দিনলিপি

সেউজীয়া মনৰ মানুহ

২০১৫ চন । আমি মেট্ৰিক পাছ কৰিলোঁ। তাৰ পিছত হায়াৰ চেকেণ্ডাৰী পঢ়াৰ পাল। বহু আগ-পিছ, হিচাব-নিকাচ,গুণা-গঁথাৰ অন্তত মোক ডিব্রুগড়ৰ চল্টব্ৰুক একাডেমীত...

নষ্টালজিয়া

“অসমৰ প্ৰথম কলেজখনৰ নাম কি আৰু কোন চনত স্থাপিত হৈছিল?” — “কটন কলেজ”

সৰুতে সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰত লিখিছিলো। দ্বিতীয় মানত পঢ়া মইজনীয়ে সেইখিনি সময়ত জনা নাছিলো যে এসময়ত এই নামটো মোৰ হৃদয়ত এনেদৰে...

ভাৰতীয় খৰাঙৰ সাম্ভাব্য কাৰক উত্তৰ-আটলান্টিক

মই প্ৰীতম জ্যোতি বৰা। মোৰ ঘৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰত আৰু অধ্যয়ন সূত্ৰে মই বৰ্তমান বাংগালোৰত । মই কটন কলেজ ৰ পৰা...

গ্ৰন্থ আৰু চলচ্চিত্ৰ!

প্ৰাঙ্গণৰ চলচিত্ৰ সংগ্ৰহ (৫)

যোৱা বছৰটোত তলাবন্ধৰ সময়ত OTT platform (নেটফ্লিক্স, এমাজন প্ৰাইম, হটষ্টাৰ ইত্যাদি) সমূহ মনোৰঞ্জনৰ উৎকৃষ্ট আহিলা হিচাপে পৰিগণিত হয়। এখনৰ পাছত এখনকৈ...

প্ৰাঙ্গণৰ গ্ৰন্থৰ টোপোলা (৫)

১। এই হিষ্ট্ৰি অৱ আছাম ( A History of Assam) লেখক: ছাৰ...

চিত্ৰাঙ্গণ

চিত্ৰাঙ্গণ (৫)

0
বিদিশা বৰা ইলোৰা চৌধুৰী

আইৰ আখলৰ পৰা

আইৰ আখলৰ পৰা (৫)

উপকৰণ : ১) মুৰ্গী : দুখন ঠেং২) পিঁয়াজ : ৩টা৩) নহৰু :১টা৪) চ'য়া চছ৫) গ্ৰীণ চিলি চছ৬)কৰ্ণ্...

61 COMMENTS

  1. খুব উন্নত মানৰ হৈছে। অভিনন্দন জনাইছোঁ। প্ৰাঙ্গন চিৰস্থায়ী হোৱাৰ কামনাৰে।

  2. পঢ়িবলৈ এটা লেখাও লোৱাই নাই, কিন্তু নকৈও নোৱাৰি! আলোচনী খন দেখিবলৈকে ইমান নিকা আৰু ভাললগা হৈছে! শুভেচ্ছা আপোনালোকলৈ।
    পঢ়িম আৰু আনকো নিশ্চয় পঢ়িবলৈ দিম!

    • 💓💓প্ৰাংগন ২০২০ বৰ্ষৰ এটা ভাল খবৰ 💓💓💓

  3. সুন্দৰ, কামবোৰ নিখুঁত হৈছে, ভাল পাইছোঁ। সকলোলৈকে শুভেচ্ছা থাকিল।

    • খুবেই সুন্দৰ আৰু আকৰ্ষণীয়.. আৰু সঁচাকৈয়ে “নতুন চিন্তা”ৰ মঞ্চ হৈ জিলিকি ৰওঁক সাহিত্যৰ এই আখৰাথলীৰ প্ৰাঙ্গণ…. সকলোলৈকে অভিনন্দন আৰু শুভেচ্ছা…🌼🌼

  4. Prangon sirosthayii houk taare kamonare….gutekeita lekha pohi val lagil…aataykeita likha khub xundor aarru unnat manor hoise

  5. সচাকৈ বৰ ভাল হৈছে।মই বাংলাৰ পৰা চুটি গল্প আৰু কবিতা অনুবাদ কৰিব বিচাৰু।দৰকাৰ হলে যোগাযোগ কৰিব পাৰে। বাসুদেব দাস,৯৭৪৮৪২১৩৪১।

  6. সুন্দৰ পদক্ষেপ। অসমীয়া ভাষাক সময়ৰ লগত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত ই এক বিশেষ ভূমিকা পালন কৰিব।

  7. সুন্দৰ হৈছে, প্ৰাঙ্গন দীৰ্ঘস্থায়ী হয় তাৰেই কামনা কৰিলোঁ।🤗💙

  8. হেমাংগিনী, তোমালোকৰ দৰে উঠি অহা চামেই অসমীয়া ভাষা-সাহিত্যৰ গুৰিবঠা ধৰিব লাগিব; অসমীয়া ভাষাৰ লগতে অসমীয়া জাতিক বিশ্বদৰবাৰত জিলিকাই ৰাখিব লাগিব।
    তোমালোকৰ পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়। আমাৰ শুভাশীষ সদায়েই থাকিব তোমালোকৰ লগত।

  9. সুন্দৰ, সাবলীল উপস্থাপন; ভাষাৰ সদব্যৱহাৰ, শিপাক ধৰি ৰাখি সময়ৰ স’তে চলাৰ সফল কুচ-কাৱাজ। অভিনন্দন ‘প্ৰাঙ্গন’।

  10. ভাল লাগিল। প্ৰাঙ্গন পৰিয়াল লৈ শুভ কামনা থাকিল।

  11. This is a step to be cherished wholeheartedly guyz…tumaloke g otike anuragranjito ru dhuniya prosesta eta korisa..May God showers his blessings in your hardships..homoy pale moy o nicchoy likhim.

  12. প্ৰাঙ্গন পৰিয়াললৈ আন্তৰিক শুভেচ্ছা থাকিল।

  13. বৰ সুন্দৰ হৈছে।আটাইলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

  14. ভাল লাগিল প্ৰবন্ধ বোৰ।।। বহুত ধুনীয়া পদক্ষেপ। এনেকে আগুৱাই যোৱা। বহুত মৰম।

  15. অত্যন্ত নিখুঁত ও সাৱলীল উপস্হাপন…. বাছনি কৰি লোৱা শিতানবোৰ বৰ আমোদজনক তথা বৈশিষ্ট্যপূৰ্ণ….আলোচনীখন আগবাঢ়ি যাওঁক…শুভকামনা জনালোঁ….

  16. খুবেই ভাল লাগিল পঢ়ি সকলো লেখাৰ ইমান এখন সুন্দৰ আলোচনীৰ বাবে শুভকামনা।

  17. পোনপ্ৰথমে অসমীয়া ভাষাৰ এই সংকটৰ দিনত প্ৰাংগণৰ দৰে এখন সম্পূৰ্ন অসমীয়া ই- আলোচনী আমাক উপহাৰ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ।প্ৰাঙ্গনৰ প্ৰথম সংখ্যাৰ প্ৰতিটো শিতানেই পঢ়িলোঁ,প্ৰতিটো লিখিনিয়েই সুন্দৰ,সহজ আৰু আকৰ্ষণীয়।তাৰ ভিতৰত মুক্তি-গীতি, শুনা প্রিয় জনগণ,শুকুৰ আলি জিন্দাবাদ আদি অন্যতম।প্ৰাংগণৰ জৰিয়তে আজি বন্ধৰ দিনটো বিৰাট ধুনিয়াকৈ পাৰ হৈ কৰিলোঁ। খুব ধুনীয়া প্ৰচেষ্টা আপোনালোকৰ। প্ৰাংগণ যাতে চিৰস্থায়ী হয় তাৰেই কামনা কৰিলোঁ।আৰু অহা সংখ্যাটিৰ বাবে বাট চাই ৰলো।😊

  18. সঁচাকৈয়ে এক প্ৰসংশনীয় প্ৰচেষ্টা । অলোচনী খন চিৰস্থায়ী হোৱা কামনা কৰিলো ।

  19. ভাল লাগিল , অনাগত দিনবোৰত আৰু ধুনীয়া লেখনি পাঠকলৈ আগবঢাব বুলি আশা ৰাখিলো

  20. খুব সুন্দৰ আৰু নিয়াৰিকৈ সজোৱা হৈছে। লেখা সমূহ পঢ়িম। প্ৰাঙ্গণ পৰিয়াললৈ বহু শুভকামনা……

  21. Your comment is awaiting moderation
    খুবেই সুন্দৰ আৰু আকৰ্ষণীয়.. আৰু সঁচাকৈয়ে “নতুন চিন্তা”ৰ মঞ্চ হৈ জিলিকি ৰওঁক সাহিত্যৰ এই আখৰাথলীৰ প্ৰাঙ্গণ…. সকলোলৈকে অভিনন্দন আৰু শুভেচ্ছা…🌼🌼

  22. খুব সুন্দৰ পদক্ষেপ । সফল হওঁক তাৰে কামনা কৰিলো ।

  23. প্ৰাংগনৰ সমূহ সদস্য লৈ শুভেচ্ছা আৰু ধন্যবাদ এনে পদক্ষেপৰ বাবে।

  24. সুন্দৰ পদক্ষেপ, আলোচনীখন আগবাঢ়ি যাওঁক, প্ৰাংগনৰ সমূহ সদস্য লৈ শুভেচ্ছা আৰু ধন্যবাদ থাকিল।

  25. ভাল লাগিল। প্ৰাংগন পৰিয়াললৈ শুভকামনা আৰু ধন্যবাদ থাকিল।

  26. To be honest. Prangon gave me the feeling of a lost friend I was endlessly searching. Thanks a lot prangon team. Grateful!
    🙂

  27. সাজোনে কাচোনে ভিতৰে বাহিৰে বৰ ধুনীয়া গৈছে💚

  28. লিখনী বোৰ বৰ আকৰ্ষণীয়। যদিও গোটেই কেইটা পঢ়িব পৰা নাম দুই – এটি পঢ়ি মোহিত হৈছো। সম্পাদনা সমিতিলৈ অফুৰন্ত শুভেচ্ছা যাচিলোঁ।

  29. অতি সুন্দৰ চিন্তা । এনেকুৱা এখন আলোচনীৰ খুবেই প্ৰয়োজন আমাক । আকৰ্ষণীয় লিখনি সমৃদ্ধ এক উৎকৃষ্ট মানদণ্ডৰ আলোচনী ‘প্ৰাঙ্গন’ । সম্পাদনা সামিতিলৈ অশেষ শুভকামনা থাকিল। দীৰ্ঘজীৱি হওঁক ‘প্ৰাঙ্গন’।

  30. সুন্দৰতা বিৰাজমান, গতিশীল হৈ থকাৰ আশাৰে শুভকামনা জনালো।

  31. বহুত ভাল লাগিল । আগলৈও পঢ়িব পাম বুলি আশা থাকিল ।

  32. আলোচনীখন যুগজয়ী হওক।আন্তৰিক শুভেচ্ছা জনালোঁ‌।

LEAVE A REPLY

Please enter your comment!
Please enter your name here