পদ্য চ'ৰা

স-ৰা-পা-ত

সসপোনৰ পিছত দৌৰি আৰম্ভ হয় জীৱনটো,জখলা বগাওঁতে বগাওঁতে তলতে পৰি ৰয়উৱঁলি যোৱা সময়, ৰাৰাখাইন প্ৰদেশ পৰি ৰয়...

বক্ৰপথৰ মানুহবোৰ

সৰলৰৈখিক পথবোৰত খোজকাঢ়ি যাবলৈ আছিল দুখন ভৰিসমস্যাবোৰ নেওচা দি যাবলৈ আছিল দুখন হাত হঠাতে মানুহবোৰ কোঙা হ'লআৰু...

চাৰিচৰ স্বীকাৰোক্তি

প্ৰথম চৰঃবাপুকীৰ দুবিঘা মাটিৰ শইচ গেলিল। মূধচত ফুটা।পানী সৰকাৰ পিছত বুকুত বল লৈ ৰজাৰ গুৰিলৈ গ'লোসাহাৰ্য্যৰ প-পত্ৰ পূৰণৰ শেষতমোৰ গালত এটা...

শেষ কুলিৰ মাত

ৰৈ যাবা নেকি আকউ শেষৰটো কুলিৰ মাতত

হামি

এলিয়েনৰ লগত আধাহেজাৰ কথা পাতি বাৰ্মুদাৰ টোপনি ধৰিছে। ওজন বাঢ়িছে, সেয়ে আলস্য আৰু তাৰ পাছত টোপনি। পৃথিৱীৰ আটাইতকৈ শকত ক্ৰিকেটাৰজনৰ কেছটো অলপ মনত আছে। টোপনিৰ ক'ৰবাত কোনেও গম নোপোৱাকৈ জাহাজকেইখনৰ হয়তো মেৰামতি চলি আছে অৱশ্যে কেতুৰীৰ বেপাৰীয়ে জানিবও পাৰে সেই হেৰোৱা জাহাজৰ খবৰ।