পদ্য চ'ৰা

মাটি মাহৰ পখিলা

মেপ এখন মেলি লৈছোঁ। উশাহ সলোৱাৰ সময়খিনি ৰেকৰ্ড কৰি উধাও হ'ব এখন কোৰিয়ান চলচ্চিত্ৰ। মেপত উত্তৰ-দক্ষিণ নিৰ্ণয়...

জুইখেল

মানুহবোৰে জুইৰ লগত খেলি থাকেআৰু আমি জুমি জুমি চাওঁমাত্ৰ দেখাহে নাপাওঁ কিমান দীঘলএই জুইৰ জিভা সৰি পৰা...

বন্ধ

(১) দেও দি পাৰ হ'ল শেহতীয়া সময়শুকুতাকে মুকুতা কৰি চলি থাকোতেদিনৰ পোহৰ ফালি দেখা পালোঁ প্ৰিজম-বিচ্ছুৰিত ৰামধেনু।

পানীত ডুবা জোন

(উৎসৰ্গাঃ-আবেদুৰ ৰহমান) গধূলিবোৰৰ কেকুৰিয়ে কেকুৰিয়ে দুখৰ চিনককবকোৱা ৰাতিবোৰত হাড়ত গজি নুঠা টোপনিৰ হাহাকাৰ!

এয়াৰ পিউৰিফায়াৰ এটা কিনোঁ

ৰ'দ নপৰা মনটোলাহে লাহে ভেঁকুৰীবলৈআৰম্ভ কৰিছে সাম্প্ৰদায়িক ৰাজনীতিৰ জুইউমি উমি জ্বলি আছেদুৰ্নীতিৰ অঙঠা সদায়ৰঙা হৈয়েই থাকেঠগ প্ৰৱঞ্চনাৰ...

জুইফুল

জুইকুৰাই আপোনাক যিমানপুৰি আনিছিলএতিয়া মোৰ বুকুততাৰ পোৰণি দুগুণ হৈছে,জুইকুৰা বগাই ফুৰিছেআপোনাৰ পৰা মোলৈমোৰ পৰা আপোনালৈদুখন বুকুত এতিয়াচুই চাব নোৱাৰা দুপাহজুইফুল ফুলিছে।

এবচাৰ্ড

মোৰ মূৰটো উতলি আছেসমুখৰ গাখীৰখিনি উতলি অহালৈ চাই এনে লাগিছে যেনমোৰ মূৰটোও উজাই আহিব খুজিছে ম‌ই বহা...

প্ৰস্তুতি

হে চিৰনমস্য নাগৰিকসকলমোৰ জনতা জনাৰ্দনসকলোৰে ভাল হওক বুলিকিবা এটা বুদ্ধি পাঙিবলৈ সভা এখন কৰিছোঁ আয়োজনতালৈ আপোনাসৱক জনালোঁ সাদৰ 'নিমন্ত্ৰণ'

উত্তৰসূৰীৰ বাবে এটা পদ্য

অৰ্ধ নিৰ্মিলিত চকুৱে সামৰি ৰাখিব পৰা যাতনাৰদৰেশব্দৰ ভৰত উথপথপ আঙুলিক দিয়া সীমা উভয়ে হেৰাই নোযোৱাকৈ ভাৰসাম্যৰ ৰেখা...