পদ্য চ'ৰা

প্ৰাংগণ…..

বহ্নিমান,ভৰ বাৰিষাতে এটি সপোন দেখিলো…সূৰ্য্য উঠা দেশত এখন চহৰ আছিল,চহৰখনত কত যে ফুল ফুলিছিল,ৰঙা, নীলা, কমলা, সেউজীয়া আৰু কত কি….!সপোনৰ শেষাংশত...

অন্ধ অগ্নি

চিৎকাৰ, ক্ৰন্দন,আৰ্টনাদেৰে কপি উঠিছে চৌদিশ।কোনে আৰ্টনাদ কৰিছে বাৰু? কোনে??হয়, ঠিকেই! শ শ নাৰীৰ গগনফলা চিঞৰ এয়া।অস্পষ্ট চিঞৰ বোৰ নিশা গভীৰ ৰ...

প্ৰতিক্ৰিয়া

এইযে মাজে মাজে মই নাথাকোতোৰ বাৰু বেজাৰ লাগেনে !বেজাৰত আজাৰ ফুলেনে ! বেজাৰত আচাৰ খাবলৈ ভালশুকুৱাবলৈহে দিগদাৰ

ৰাতিৰ পদ্য

নৰাণিত শুই থাকে ৰাতিটো যি টোপনি যোৱাৰঅথবা পৰুৱাই খোৱাৰনে নিদ্ৰাহীনতাৰ শেষৰ বিলাপ ৰাতিবোৰ...

ঢেঁকীয়া মন্ত্ৰ

তথাগতৰ ওচৰত এৰি আহিছোঁ মইনিশ্বাস আৰু দেহৰ উত্তাপ বিচ্ছেদৰ পিছত এনেদৰে নিজক নিজে আশ্বাস দিওঁ

এটা ৰঙা কবিতা

ৰঙা তীব্ৰ,সু-তীব্ৰ;ৰঙাত তেজ থাকে,ৰঙাত থাকে ঘামৰ গোন্ধ।চকুপানী গোট মাৰে,গোট মাৰি শিল হয়,শিলৰ ঘৰ্ষণত স্ফুলিংগ হয় বাজ,জাগ সৰ্বহাৰা, জাগ।

উত্তৰ

কত খুচুৰা অনুভূতিৰেই জীৱনখুঁটি নাটিবোৰ অনাকাংক্ষীত,বেমেজালিৰ হাতোৰাত পৰিসুখবোৰ চেদেলী ভেদেলী। ঠণ ধৰে মধুময় ক্ষণবোৰআকৌচোন বিমোৰতাভৰাতীব্ৰ বিদ্ৰোহ হৃদয়ৰ,পল...

ফাক টু দি পাৱাৰ টু থাউজেণ্ড নাইনটিন

বুদ্ধদেৱৰ বুদ্ধি নাছিলসেয়েহে হেনো পলাই গৈছিল আগৰাতিৰ পঁইতাভাত এমুঠি নিমখ এজেবা, চাৰিটা জলকীয়া আৰু এচকল পিয়াঁজেৰে মোকোৰা...

পৰীক্ষাগাৰত সত্য কণিকা

১) আৱিস্কাৰ বাদামৰ বাকলিটোভাঙি দিয়াত সৰি পৰিলসূৰ্যাস্তৰ শলা এডাল। ইমান দিনেসোমাই আছিল তাতমোৰ...