পদ্য চ'ৰা

ভগ্নাৱশেষ

ইয়াত কোনো উজ্জ্বল ৰং নাইপ্ৰতিটো ৰং উৱঁলি গৈছেসুউচ্চ স্তম্ভবোৰ হতভম্ব!সিহঁতৰ সমস্ত শাৰীৰ প্ৰায় শীৰ্ণকায় পৰুৱাবোৰে লানি নিছিগাকৈ...

অপ্ৰাসংগিক

ৰৌদ্ৰোস্নাতা পুৱাৰ পিঠিত সপোনবোৰ গজি উঠিছিলনিয়মীয়া প্ৰতিশ্ৰুতিৰ বৰষুণত তিতি-বুৰি সপোনবোৰকঁপালত লেপি দিছিল অপ্ৰত্যাশিত বুৰঞ্জী। সাম্প্ৰদায়িকতাৰ দেওলম্ভা বিপন্ন...

এইজাক বাৰিষা কেৱল মোৰ

আৱদ্ধ উপত্যকাত এটা কবন্ধ শব্দৰ দৰেএইয়া মাথো বিভ্ৰম পুৰঠ হোৱাৰ।উন্মাদ চোতালখনত সৌজাক নগ্ন বিহংগধপধপকৈ উৰি যায় কৰি শব্দ উলংগধৰাশায়ী হৈ সৰি...

ক্লষ্ট্ৰফোবিয়া

আকাশত এটা বিৰাট পেন্দুলামঅবিৰাম ,নিৰন্তৰ সময় গণনা । জলঙাৰে ফোঁট জোন দেখাজীৰ্ণ চাৰি দেৱালৰ ভিতৰতএজন মানুহ।

কেইটামান প্ৰেমৰ স্তৱক

স্নেপশ্বট ১ উন্মনা ,মোৰ তন্দ্ৰাহীন ৰাতিৰ জীয়া কবিতাকিছুমান উৎসুক নিশাৰ নিষিদ্ধ সুৰৰ মাদকতা,তাইৰ দৌপাট্টাৰ আঁচলত ধৰি মোৰ...

প্ৰাংগণ…..

বহ্নিমান,ভৰ বাৰিষাতে এটি সপোন দেখিলো…সূৰ্য্য উঠা দেশত এখন চহৰ আছিল,চহৰখনত কত যে ফুল ফুলিছিল,ৰঙা, নীলা, কমলা, সেউজীয়া আৰু কত কি….!সপোনৰ শেষাংশত...

অন্ধ অগ্নি

চিৎকাৰ, ক্ৰন্দন,আৰ্টনাদেৰে কপি উঠিছে চৌদিশ।কোনে আৰ্টনাদ কৰিছে বাৰু? কোনে??হয়, ঠিকেই! শ শ নাৰীৰ গগনফলা চিঞৰ এয়া।অস্পষ্ট চিঞৰ বোৰ নিশা গভীৰ ৰ...

প্ৰতিক্ৰিয়া

এইযে মাজে মাজে মই নাথাকোতোৰ বাৰু বেজাৰ লাগেনে !বেজাৰত আজাৰ ফুলেনে ! বেজাৰত আচাৰ খাবলৈ ভালশুকুৱাবলৈহে দিগদাৰ

ৰাতিৰ পদ্য

নৰাণিত শুই থাকে ৰাতিটো যি টোপনি যোৱাৰঅথবা পৰুৱাই খোৱাৰনে নিদ্ৰাহীনতাৰ শেষৰ বিলাপ ৰাতিবোৰ...