আইৰ আখলৰ পৰা (৫)

উপকৰণ :


১) মুৰ্গী : দুখন ঠেং
২) পিঁয়াজ : ৩টা
৩) নহৰু :১টা
৪) চ’য়া চছ
৫) গ্ৰীণ চিলি চছ
৬)কৰ্ণ্ ফ্ল’ৰ
৭) কণী – ১টা


ৰন্ধন প্ৰণালী :


প্ৰথমে , মাংস দুটুকুৰা সৈতে কণী এটা ভাঙি , তাত চ’য়া চছ ৩ টেবল্ চামুচ, আদা-নহৰুৰ মিশ্ৰণ, আৰু ১টেবুল্ চামুচেৰে ভালদৰে সানি ফ্ৰীজত ৰাখি দিব । ৪-৫ ঘণ্টা পিছত ৰন্ধনৰ বাবে উলিয়াই আনি ৰূম উষ্ণতাত ত ৰাখি দিব ।
তাৰপিছত এখন কেৰাহীত পৰ্যাপ্ত পৰিমাণৰ তেল ভালদৰে গৰম কৰি তাত মাংস দুইটুকুৰা দি ভালদৰে ফ্ৰাই কৰা হ’ল ।
পুনৰ আন এটা কেৰাহীত ২ টেবল্ চামুচ তেল গৰম হ’বলৈ দি , তাত সৰুকৈ কাটি লোৱা পিঁয়াজ, নহৰু দি, গ্ৰীণ চিলি চছ, চ’য়া চছ,বিলাহী চছ ,সামান্য corn flour দি ভালদৰে ফ্ৰাই কৰি গৰমে গৰমে পৰিৱেশনৰ বাবে ৰখা হ’ল।

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

LEAVE A REPLY

Please enter your comment!
Please enter your name here